ডাক্টৰছ ডায়েৰী (সচাঁ ঘটনাৰ ওপৰত আধাৰিত) :বৰপেটা অঞ্চলৰ স্বাস্থ্য: অধ্যায়: শিলচৰৰ সোনালী দিন : খন্ড: ০২

(আপোনালোকৰ উৎসাহটোলৈ লক্ষ্য কৰি পৰৱৰ্তী স্মৃতিসব ৰোমন্থন নকৰাকৈ নোৱাৰিলো৷ সময়াভাৱৰ কাৰণে হয়তো দুই এদিন পলম হব পাৰে কিন্তু মোৰ জীৱনত ঘটা কিছু ঘটনা আপোনালোকৰ আগত প্ৰকাশ কৰিম৷ কাৰণ সেইসব আমেজ, আনন্দ, বিষাদ, ৰোমান্স, আন্দোলন, সুহৃদভেদ, জীৱন-মৰণ পন, হতাশা, অৱমাননা, তাচ্ছিল্ল্য, ঘৃণা, প্ৰতিৰোধ, দমন, স্বাভিমাম আদিৰ পৰা আত্মানুসন্ধানলৈকে সকলো উপাদানেৰে ভৰপুৰ৷) অ’কে, লেট্স স্টাৰট! প্ৰথম খন্ডত আমি […]

ডক্টৰছ ডায়েৰী (সচাঁ ঘটনাৰ ওপৰত আধাৰিত) :বৰপেটা অঞ্চলৰ স্বাস্থ্য: অধ্যায়: শিলচৰৰ সোনালী দিন বোৰ :খন্ড: ০১

২০০৩ চনৰ জুন মাহ৷ শিলচর চিকিৎসা মহাবিদ্যালয়ত মোৰ অন্তিম পৰিক্ৰমা৷ প্ৰসুতি ৰোগ বিভাগত ইনটাৰ্ণ হিচাপে পস্টিংৰ অন্তিম পৰ্যায়৷ নিজকে পূৰ্নাগ ডাক্টৰ যেন লগাৰ মাদকতাটোৱেই বেলেগ৷ সেই মাদকতাৰ মাজতেই প্ৰসুতি বিভাগত পস্টিং মানে সোনে পে সুহাগা৷ কিয় সোনে পে সুহাগা? দুবছৰমান স্নাতকোত্বৰ ছাত্ৰৰ এডমিচন নোহোৱা কাৰণে ডিপাৰ্টমেন্টত ডাক্টৰ নাইয়েই৷ ছেনিয়ৰ ৰেচিডেন্ট বিপুলদা আৰু কেইজন মান পিজি […]

Neuropsychiatric Conditions and Cure Fobia

Neuropsychiatry is a branch of medicine that deals with mental disorders attributable to diseases of the nervous system. It preceded the current disciplines of psychiatry and neurology, which had common training.However, psychiatry and neurology subsequently split apart and are typically practiced separately. Nevertheless, neuropsychiatry has become a growing subspecialty of psychiatry and it is also closely […]